Skip to main content

Posts

বলিয়া প্ৰশু- ASSAMESE STORY

বলিয়া প্ৰশু  __       বলিয়া প্ৰশু এজন চৰ্টটেম্পাৰ মানুহ অাধা পগলা তেওঁ যিটো এলেকাত থাকে সেই এলেকাত যাবলৈ সকলোৱে ভয় কৰে  অাজিলৈ যিমান জনে তাৰ এলেকাত যাবলৈ সাহস কৰিছে সেইকেইজনে সেই এলেকাত গৈছে যদিও পুনৰ ঘূৰি অহা নাই যিয়ে সেই এলেকাত যায় তাক প্ৰশুয়ে বন্দি কৰি থয় __চিধা কথাত কবলে গলে প্ৰশুয়ে এই সমাজ খন ভাল নাপায় সমাজ খনক তেওঁ ঘৃনা কৰে_    ___-      কিন্তু কিয়   ?  ইয়াৰ এটা ডাঙৰ কাৰন অাছে___        ২০ বছৰ মান অাগৰ কথা বৰ্তমানৰ বলিয়া প্ৰশু তেতিয়া ইয়াৰ সম্পূৰ্ন বিপৰীত এজন প্ৰশু অাছিল মানে এজন  বহুত ভাল মানুহ, সমাজৰ লগত --সমাজৰ অাগত  থকা সমাজ ভালপোৱা মানুহ অাছিল তাৰ ভাল কামবোৰৰ বাবে তাক বহুত মানুহে চিনি পাইছিল সংবাদ মাধ্যমৰো হেদলাইল প্ৰশুয়ে অাছিল যুৱ প্ৰজন্মৰ তেওঁ প্ৰেৰনা অাছিল মুধৰ ওপৰত কব গলে শুদ্ধ গংগাৰ পানীৰ দৰে মানুহ অাছিল__     পিছে মানুহ যিমানে ভাল নহওক কিয় তাৰ শত্ৰুও থাকে ঠিক তেনেদৰে প্ৰশুৰো অাছিল __  কিন্তু প্ৰশুৰযে শত্ৰু অাছিল সি জনা নাছিল মানে কথাটো হল প্ৰশুৰ পৰম বন্ধ...

ফেচবুকৰ - ROMEO

NiyorRead প্ৰেম___--  মই দুই বিপৰীত লিংগৰ হৃদয়ৰ মিলনৰ কথা কৈছো যাক অামাৰ এইগতৰ প্ৰচলিত ভাষাত প্ৰেম বুলি কোৱা হয় ! যাৰ অবিহনে সৃষ্টি কল্পনাই কৰিব নোৱাৰি __ ঠিক তাৰ বিপৰীত অামাৰ এই কাহানীৰ নায়ক দেৱপ্ৰকাশৰ মতে প্ৰেম অবিহনে তেওঁৰ দৰে ডেকা লৰা এজনৰ ফেশ্বনৰ কথা কল্পনায় কৰিব নোৱাৰি !     দেৱপ্ৰকাশ নামৰ ৰমিওঁ লৰাজনে ক্লাছ পঞ্চমৰ পৰাই প্ৰেমৰ জগতত পাৰ্টিচিপেণ্ট কৰিছিল এতিয়ালৈ তেওঁয়ে প্ৰপজ কৰা ছোৱালীৰ লিষ্ট কমত চেঞ্ছুৰি পাৰ হল পিছে তাকহে কোনো ছোৱালীয়ে প্ৰেমৰ ঘাহ দিয়া নাছিল___  অাজি কলেজ পঢ়া সামৰি দেৱপ্ৰকাশ এতিয়াওঁ চিংগেল হৈয়ে অাছে ফেচবুকত তেওঁ এতিয়া দৈনিক ২০ জনী ছোৱালীক হাই বুলি মেচেচ দিয়ে কিন্তু হেল্লো বুলি ৫  জনী মানে হে ৰিপ্লাই দিয়ে কেতিয়াবা কেতিয়াবা এজনীও নিদিয়ে অাৰু যি ছোৱালীয়ে মেছেচৰ ৰিপলাই দিয়ে তাইৰ লগত দুটা বা তিনিতা মেচেচ কৰিয়ে ছোৱালীজনীৰ নম্বৰ বিচাৰে কোনে ন অচিনাকি এজনক ফোন নম্বৰ দিব উলতাই  ব্লকহে কৰি দিয়ে __  যি দুজনীমানে ফোন নম্বৰ দিয়ে দুদিন মেচেচ কৰা নহয়ে তাতে অাই লাভ ইউ তেনেকুৱা অাচনৰ বাবে দেৱপ্ৰকাশ ফেচবুকত চেনচেচন হৈ থাকে প...

নিশেষ-ASSAMESE STORY

সৰু এখন সূখী পৰিয়াল              পৰিয়ালত অাছে চাৰিজন জনী সদস্য _       পৰিয়ালৰ মূল ব্যক্তিজনৰ নাম হল হেমচন্দ্ৰ তেওঁৰ পত্নীৰ নাম তৰুলতা __      লগতে দম্পত্তি হালৰ দুই সন্তানৰ নাম হল কমলেশ্বৰ অাৰু জুহি দুয়োৰে এতিয়া প্ৰায় ৫ বছৰ বয়স ইয়াৰে কমলেশ্বৰ জুহিতকে ৩০ মিনিট সময় ডাঙৰ সেয়ে তেওঁ ঘৰৰ ডাঙৰ লৰা অাৰু জুহি ঘৰৰ সৰু ছোৱালী ---               হেমচন্দ্ৰ এজন চৰকাৰী কৰ্মচাৰি অাৰু তৰুলতা গৃহিনী--        জুহি অাৰু কমলেশ্বৰক গাওঁতে থকা প্ৰাথমিক বিদ্যালয়ত নাম লগাই দিলে  তেতিয়াৰে পৰা জুহি-কমলেশ্বৰৰ শৈক্ষিক জীৱন অাৰম্ভ হল পঢ়াত দুইয়ো সকলোতকে চকা ! দুইয়ো ডাঙৰহৈ অাহিলে তেনেকে বছৰ গৈ গৈ জীৱনৰ প্ৰথমটো ডাঙৰ পৰীক্ষাত মানে মেট্ৰিকত দুইয়োয়ে বহুত ভাল ৰিজাল্ট কৰি তেওলোকৰ অঞ্চলটোলে গৌৰৱ কঢ়িয়াই অানিলে ___              পিছত সকলোৰে পৰামৰ্শৰ লগতে মাক-বাপেক অাৰু তেওঁলোক দুয়োৰে ইচ্ছামতে বহুত দূৰলৈ পঢ়িবলৈ গল সেই অঞ্চলৰ তেওলোক দুজনেই প্ৰথম যিয়ে উচ্চ শিক্ষা ...

LOVE-FOREVER-ASSAMESE SHORT STORY

এজন মানুহ নিজ কম্পানীৰ ৪ কৌটি টকা চোৰ কৰাৰ অভিযোগ সৰ্য্য কৰিব নোৱাৰি গাড়িৰ পৰা নামিয়ে বেহুছ______-----               →→    অানপিনে  ↓↓↓↓ এহাল দম্পত্তি নাম সুমেন্দ্ৰ অাৰু ৰেৱতি তেওঁলোকৰ বিবাহিত জীৱন অাজিৰ পৰা প্ৰায় দুই বছৰ অাগতে হৈছিল _____!      সুমেন্দ্ৰ পেচাত এজন ব্যৱসায়ী তেওঁ ১৫০০ কৌটি টকাৰ সম্পত্তিৰ মালিক ---    তেওঁৰ ধন-সম্পত্তিৰ লগতে সমাজতখনতো এটা সু নাম অাছে তেওঁৰ সকলো থকা স্বত্তেওঁ ভিতৰি ভিতৰি এটা বস্তুৰ অভাৱ যোৱা কেইমাহ মান ধৰি বোৰকে অনুভৱ কৰি অাছে অাৰু সেয়াহল এজন বা এজনী সন্তান অাৰু নহবয় বা কিয় সন্তান ন কাক নালাগে সকলোকে লাগে কিন্তু কিয় লাগে বুলি সুধিলে এইটো এটা উত্তৰবিহীন প্ৰশ্ন বুলি মই ভাৱো বাৰু যি হওক তেনেকে গৈ গৈ সুমেন্দ্ৰৰ বৈবাহিক জীৱন ৪ বছৰ পাৰেই হল তথাপি সন্তানৰ সূখ দম্পত্তিহালে পাবলৈ এতিয়াওঁ সক্ষম হোৱা নাই সুমেন্দ্ৰৰ পৰিয়ালৰ পৰা প্ৰেছাৰ অাহিব ধৰিলে অানপিনে মানুহ বোৰো সুমেন্দ্ৰক কাপুৰুষ বুলি হাহিব ধৰিলে তেতিয়া সুমেন্দ্ৰয় এটা সিদ্ধান্ত ললে যিটো কোনোদি...

জুপৰিৰ তলত বুঢ়া বুঢ়ী: ASSAMESE STORY

অমৱস্যাৰ অন্ধকাৰে হেকুৰি গাওঁক চানি ধৰিলে…………      তাতে অাকৌ পুহ মাহৰ বতৰে চৌপাশ কুৱলীয়ে ঢাকিছে সময়ে সময়ে শিৰ শিৰনি বতাহ অাহি দেহ ঠেতুৰাই তুলে হি __  অাৰু তেনেকুৱা এটা বতৰত এহাল বুঢ়া বুঢ়ি সৰু এটা খেৰৰ জুপৰি ঘৰৰ তলত লেম অাৰু নিমু নিমু চাকিৰ পোহৰত বহি  ধুৱা  ধুৱা খৰিৰ জুইত ভাত ৰান্ধি ৰান্ধি সূখ দূখ, বেজ-বেজালি ডাইনি অাদি বিভিন্ন বিষয়ে কথা পাতি অাছিলে পুৰনি যুগৰ মানুহ যে ! তাৰে ওচৰতে থকা গোহালীৰ পৰা সৰু গৰুৰ পোৱালীৰ হেম্বলোৱা শুনি ধপক কৈ অাকষ্মিকভাৱে সিহতৰ লৰাটোলে মনত পৰিলে  যি অাজি এই পৃথিৱীত নাই __ অাচলতে গৰুৰ হেম্বেলনি শুনি সিহতৰ লৰালৈ মনত পৰাৰো এটা কাৰন অাছে কাৰনটো এনে ধৰনৰ  কেইবছৰ মান অাগৰ কথা সেই জুপৰিৰ তলত বহি থকা বুঢ়া বুঢ়ি হাল বিবাহ বাহৰত অাবদ্ধ হল সমাজৰ ৰিতি নীতিৰ জৰিয়তে ! কিন্তু সামাজিক ভাৱে বিবাহিত জীৱনত খোজ দিয়াৰ দুই বছৰ অাগতে সিহতৰ মাজলৈ লৰা সন্তান এজন জন্ম হৈছিল নজনা নুবুজা ভূলৰ বাবে ।তেতিয়া বিয়া পতা নাছিল  সমাজৰ ভয়ত কাৰন বুঢ়া অাৰু বুঢ়িয়েকৰ অাছিল অবৈধ সম্পৰ্ক মানে বুঢ়িজনী অাছিল এগৰাকী বিধৱা মহিলা সেইবাবে পিছত বাৰু স...

TWO MISTAKE IN LIFE: SHORT STORY IN ASSAMESE LANGUAGE

ধীৰেন-------            ধীৰেন ২৫ বছৰীয়া এজন নিবুনুৱা ডেকা ______      স্কুল-কলেজীয়া জীৱন দুইবছৰ অাগতে এৰি বহু ঠাইত যোৱা দুই বছৰ ধৰি চাকৰি বিচাৰিলে কিন্তু সকলোতে মূখ ঠেকেছা খালে তেওঁ এতিয়া কেতিয়াবা কেতিয়াবা হাজিৰা মূজিৰা কাম কৰে ___        তাৰ এই জীৱনটোৰ ওপৰত বিৰক্ত লাগি গৈছে সেয়ে কিবা এটা সমাধান লবৰ বাবে বহুত প্ৰতিক্ষিত এজন ঋষিমুণিৰ ওচৰত সমাধান বিচাৰি গল __       তাতগৈ সকলো সমস্যাৰ কথা ধীৰেনে ঋষিমুণিজনৰ অাগত ব্যক্ত কৰি তাৰ সমাধান বিচাৰিলে ___            তেতিয়া ঋষিমুণি জনে ধীৰেনক এজন ৫৫ বছৰীয়া মজদুৰ এজনৰ কাহানী শুনালে কাহানীটো অাছিল এনেকুৱা ______ ---------------------------         এজন মজদূৰ নাম কমলেশ্বৰ …… কমলেশ্বৰৰ বৰ্ত্তমান বয়স ৫৫ কিন্তু ৩৫ বছৰ অাগতে তেওঁও এজন ৰঙাপৰা যৌবনত্বৰে ভৰা ৰং চঙীয়া ডেকা অাছিল__ যিয়ে ডিগ্ৰী পঢ়া অাধাতে সামৰি তিনি-চাৰি বছৰ পাগলৰ দৰে চাকৰি বিচাৰি ফূৰিছিল__ __ পিছে নাই চাকৰিৰ মূখে তাকো পিঠি দেখূৱাই দূৰ কৰবালে দৌৰ মাৰিছি...

POWER OF LOVE - SHORT STORY IN ASSAMESE LANGUAGE -

এহাল প্ৰেমিক প্ৰেমিকাৰ কাহানী ।      প্ৰেমিকৰ নাম দধিমোহন……                 অাৰু প্ৰেমিকাজনীৰ নাম হল শকুন্তলা……         দুয়োৰে ঘৰ একেখন গাওঁতে । অানকি দুয়োৰে ঘৰখন ৰাস্তাৰ ইপাৰ সিপাৰ ___    দধিৰ দেউতাক এজন প্ৰতিষ্ঠিত ব্যৱসাই বহুত টকাৰ সম্পত্তিৰ মালিক __ অানপিনে শকুন্তলাৰ দেউতাক এজন শিশু বিশেষগ্য ডক্টৰ তেওৰো টকাৰ অভাৱ নাই………        দুয়োঘৰৰে ইঘৰে সিঘৰত অহা যোৱা নাই অাৰু মাতবুলো নাই দুয়োখন ঘৰে ইখনে সিখন ঘৰৰ কাল শত্ৰু ……      পিছে শকুনতলা অাৰু দধিমোহনৰ যে  কেনেবাকে ১৪/১৭ বয়সতে নজনা কে নুবুজাকে ভূলতে  ইজনে সিজনৰ প্ৰেমত পৰিছিলে_ উল্লেখযোগ্য যে সিহত দুইয়ো নজনা নহয় তেওলোক দুইয়োঘৰৰে নৰ্থকোৰিয়া অাৰু অামেৰিকা সদৃশ পৰিৱেশৰ কথা তথাপি জানো পাখী লগা প্ৰেমক বান্ধি থব পাৰি তেনেকে হৈ গল অাৰু প্ৰেম ___!     তেনেকে দিন গৈ ৰাতি হল ৰাতি গৈ দিন পাৰ হল___ দিনৰাতি গৈ গৈ ৫ বছৰ চক...