বলিয়া প্ৰশু __
বলিয়া প্ৰশু এজন চৰ্টটেম্পাৰ মানুহ অাধা পগলা তেওঁ যিটো এলেকাত থাকে সেই এলেকাত যাবলৈ সকলোৱে ভয় কৰে অাজিলৈ যিমান জনে তাৰ এলেকাত যাবলৈ সাহস কৰিছে সেইকেইজনে সেই এলেকাত গৈছে যদিও পুনৰ ঘূৰি অহা নাই যিয়ে সেই এলেকাত যায় তাক প্ৰশুয়ে বন্দি কৰি থয় __চিধা কথাত কবলে গলে প্ৰশুয়ে এই সমাজ খন ভাল নাপায় সমাজ খনক তেওঁ ঘৃনা কৰে_ ___- কিন্তু কিয় ? ইয়াৰ এটা ডাঙৰ কাৰন অাছে___
২০ বছৰ মান অাগৰ কথা বৰ্তমানৰ বলিয়া প্ৰশু তেতিয়া ইয়াৰ সম্পূৰ্ন বিপৰীত এজন প্ৰশু অাছিল মানে এজন বহুত ভাল মানুহ, সমাজৰ লগত --সমাজৰ অাগত থকা সমাজ ভালপোৱা মানুহ অাছিল তাৰ ভাল কামবোৰৰ বাবে তাক বহুত মানুহে চিনি পাইছিল সংবাদ মাধ্যমৰো হেদলাইল প্ৰশুয়ে অাছিল যুৱ প্ৰজন্মৰ তেওঁ প্ৰেৰনা অাছিল মুধৰ ওপৰত কব গলে শুদ্ধ গংগাৰ পানীৰ দৰে মানুহ অাছিল__
পিছে মানুহ যিমানে ভাল নহওক কিয় তাৰ শত্ৰুও থাকে ঠিক তেনেদৰে প্ৰশুৰো অাছিল __ কিন্তু প্ৰশুৰযে শত্ৰু অাছিল সি জনা নাছিল মানে কথাটো হল প্ৰশুৰ পৰম বন্ধুয়ে তাৰ কাল শত্ৰু যিটো কথা কিন্তু প্ৰশুয়ে জনা নাছিল তেওটো বন্ধু বুলিয়ে ভাৱিছিল -__-_-_-_
সকলো কথা বিস্তাৰভাৱে তলত উল্লেখ কৰা হল--
_____________________________________________
ADVERTISEMENT
-------------------------------------------------------------------
_____________________________________________
প্ৰশু বিভিন্ন যেগাত বিভিন্ন কাম,সভা অাদিৰ বাবে ঘূৰি ফূৰে নিসন্দেহে তেওঁ সেই ঠাই বিলাকত বহুত নতুন নতুন মানুহ লগ পায় নতুন নতুন অচিনাকি মানুহৰ লগত চিনাকি হয়_ তেনেকৈয়ে এখন সভাত তেওঁ গোলাপৰঞ্জন নামৰ এজন মানুহক লগ পাইছিল যি পিছতগৈ তাৰ পৰম বন্ধু হৈ পৰে নিসন্দেহে দুইয়োৰে বন্ধুত্বৰ কথা চাৰিওঁপিনে বিয়পি পৰিছিল । দুইয়োয়ে দিনৰ ২৪ ঘণ্টাৰ ১৮ ঘণ্টা সময়ে একেলগে কটায় দুয়োৰে গুপন কথা ইজনে সিজনক চেয়াৰ কৰে প্ৰশুয়েটো সকলো কথায় সত্য কৈছিলে কিন্তু গোলাপৰঞ্জৰ সকলো কথায় মিছা অাছিল কাৰন তেও প্ৰশুক বন্ধুৰ চকুৰে নহয় শত্ৰুৰ দৃষ্টিৰে চাইছিল __ বাৰু সেইবোৰ কথা পিছত হব -- দুইয়ো ভাল বন্ধু বুলি মানুহ অাৰু প্ৰশুৰ চকুত ! মেইন কথা হল প্ৰশুৰটো বয়স ৩০ পাৰে হৈছে কিন্তু এজনী ছোৱালী হে তাৰ জীৱনত নাছিলে অাৰু বিচৰাও নাছিলে কিন্তু তাৰ চেক্স কৰিবৰ বোৰ মন অাছিলে যিটো কথা প্ৰশুয়ে গোলাপক গুপন ভাৱে বন্ধু বুলি কৈছিলে সেইমতে এদিন গোলাপে এটা ঠাইলৈ নিলে য'ত নিজৰ পোচন্দমতে বাচি এজনীক টকাৰ বিনিময়ত চেক্স কৰিব পাৰে __ প্ৰশুয়ে জনা নাছিল গোলাপে যে তাৰ সেইদিনৰ সকলো গতি বিধি ভিডিও ৰেকৰ্ড কৰি অাছিল _ প্ৰশুয়ে বহুত উৎসাহিত হৈ অাছিল চেক্স কৰিবলৈ অাৰু এজনীক বাচি লৈ ৰুমৰ ভিতৰলৈ গল তাৰ ৰুমৰ ভিতৰৰ সকলো কাৰ্য্যওঁ গোলাপে ৰেকৰ্ড কৰিছিল যিটো পিছত চচিয়েল মিডিয়া অাৰু ইণ্টাৰনেটৰ দুনীয়াত অাপলোদ কৰি দিছিল অাপলদ কৰাৰ কিছু সময় পিছতে সেই ভিডিও ভাইৰেল হৈ পৰিল _ অৰু সংবাদ মাধ্যমৰ মূল বাতৰি হৈ পৰিল যাৰ ফলত যিমানুহে প্ৰশুৰবাবে জীৱন দিবলৈ ৰাজি অাছিল সেই মানুহে তাৰ ওপৰত হেত স্পিছ দিবলৈ অাৰম্ভ কৰিলে গতেই সমাজখনে তাক কলংক বুলি স্বীকৃতি দিলে য'ত মূল ভূমিকা গ্ৰহন কৰিছিল কিছুমান তথাকথিত সংবাদমাধ্যম অাৰু চছিয়েল মিডিয়াৰ অজ্ঞানী ইউজাৰে সেই বাতৰি ইমানে বিয়পি পৰিল যে গতেই ভাৰত দেশতে চৰ্চাৰ শীৰ্ষত __ সেই ঘটনাত অাৰু জুইত ঘিউধালি দিয়াৰ দৰে গোলাপৰঞ্জনে প্ৰশুৰ বিষয়ে অাৰু বেয়া বেয়াকে মন্তব্য দিব ধৰিলে অানকি প্ৰশুৰ সকলো গুপন কথাৰ ৰেকৰ্ডো ৰাইজৰ অাগত লাইভ শুনালে তেতিয়া মানুহে অাৰু প্ৰশুক কতু ভাষাৰে সমালোচনা কৰিব ধৰিলে ___ সমাজখনে ঘটনাৰ অাৰৰ কাহানী নিবিচাৰি তাৰ বিপৰীতে তিব্ৰ অান্দোলন গঢ়ি তুলিল অাৰু শেষত ৩ বছৰ জিয়ালো হল_____ গোলাপৰঞ্জনে তেনে কাম কৰাৰ অাৰৰ কথাটো হল প্ৰশুৰামে তাৰ বাপেৰৰ কলা বেপাৰ বন্ধ কৰি দিছিল যিটো কথা গোলাপৰ বাপেৰৰ হজম হোৱা নাছিলে ফলত চুচাইদ কৰিছিল অাৰু তাৰেই প্ৰতিশোধ লবলৈ এই পন্হা লৈছিলে -- ইয়াৰ অাগতে প্ৰশুক বহুবাৰে মাৰি পেলাবলৈ গোলাপে চেষ্টা কৰিছিল যদিও সফল হোৱা নাছিল পিছত তেওঁৰ মূৰত সেই খেলটো খেলাল সফলো হল __
অাৰু গোলাপৰ সকলো চালৰ কথা প্ৰশুক লগ কৰি মুকলি কৈ দিলে __ খঙত প্ৰশুৰ দেহ তৰবৰাই ছিল যদিও একো কৰিব পৰা নাছিল কিন্তু জেইলৰ পৰা ওলাই অাহি প্ৰথমে গোলাপক অপেনলি পাবলিক পেলেজত হত্যা কৰিছিল পিছত সাংবাদীক কেইজনক যিকেইজনে টিঅাৰপিৰ লোভত প্ৰশুৰ বিপৰীতে কথা কৈছিল __ ।
অাৰু তেনেকে প্ৰশু ৰুদ্ৰমূৰ্তি ধাৰন কৰি এখন তাৰ বিশাল বেয়া মানুহৰ সাম্ভ্ৰাজ্য গঢ়ি তুলিলে ----- তেওঁ জীৱনত এটা কথাই শিকিছিলে যে মানুহক যিমান দিন দি থাকিবা সিমানদিনে ভাল , এজন মানুহে যদি ১০টা ভাল কাম কৰে অাৰু এটা সৰু ভূল হৈ যায় তেন্তে মানুহ জন বেয়া অাৰু যদি এজন মানুহে ১০০টা বেয়া কাম কৰাৰ পিছত এটা ভাল কাম কৰে তেতিয়া মানুহজন ভাল ___ ।
স্পষ্টিকৰনঃ উক্ত কাহানীত উল্লেখিত সকলো কথা কাহানী,মানুহৰ নাম, বৃত্তি সকলো কাল্পনীক ইয়াৰ দ্বাৰা মই কাকো ভাল-বেয়া, কোনো কাম উচিত বা অনুচিত কব বিচৰা নাই সেইটো কেৱল এটা কাল্পনীক কাহানীহে যিটো বাস্তবিকতাৰ লগত কোনো ধৰনৰ সম্পৰ্ক নাই !
এই কাল্পনীক কাহানীটোত যদি কাৰোবাৰ কিবা অাপত্তি অাছে তেন্তে কমেণ্ট বা ইমেইল কৰি অাপোনাৰ অাপত্তিৰ কাৰন জনাব সেইখিনি মই বদলাই দিম ধন্যবাদ ।
#AssameseStory #ShortAssameseStory #ShortStoryInAssameseLanguage
#NIYOR
#NIYORREAD
.... THANK YOU ....
stay tuned in NIYORREAD.. FOR MORE UNDATE PLEASE SUBSCRIBE THE BLOG ..


Comments
Post a Comment