Skip to main content

ইচ্ছাবিহীন বিবাহ- ASSAMESE STORY, ASSAMESE LOVE STORY



অঞ্জলি অাৰু তেওঁৰ তিনি বছৰীয়া সৰু লৰাটিক লগত লৈ মাকৰ ঘৰত অালোহী খাবলৈ অাহিছে অাজি তিনিদিন মানেই হল মাকৰ ঘৰত অালোহী খাব অহা । হাঁহি ফূৰ্টিৰে মাকৰ ঘৰত অঞ্জলিয়ে তাইৰ সৰু ভনীৰ লগত বহি ৰবাব টেঙা কাটি অাছিল সেইখিনি সময়তে অঞ্জলিলে ফোন অাহিলে যে তেওঁৰ গিৰিয়েক হেনো প্ৰেচাৰ উঠি বাগৰি পৰিছে এতিয়া তেওঁক হস্পিতালত ভৰ্তি কৰোৱা হৈছে পাৰে যদি অাজিয়ে তাইক গিৰিয়েকৰ ঘৰলৈ যাবলৈ কল । অঞ্জলিৰ মনটো ওলপ বেয়া লাগিল যদিওঁ টেঙাটো খাই নিচিন্তমনে সস্ঠিৰ হৈ গা-পা ধুই ঘৰত যাবলৈ ওলালে অঞ্জলীৰ বাপেকে তিনিঅালিৰ পিনে অাগুৱাই থবলৈ চাইকেলখন উলিয়ালে পিছে বাটতে ৰমেন নামৰ লৰা এজনক লগ পাই তাৰ বাইকতে অঞ্জলীক তুলি দিলে যিহেতু ৰমেন চহৰৰ পিনে যায়ে সেইবাবে তাৰ বাইকতে অঞ্জলীক তুলি দিলে । ইফালে অঞ্জলীৰ গিৰিয়েকৰ মৃত্যু কেতিয়াবায় হৈছে ফোন কলটো অহাৰ অাগতে কিন্তু অঞ্জলীৰ মনৰ ভাৰসাম্যতা ৰাখিবৰ বাবেহে হস্পিতালত থকা বুলি কৈছে …… সময় তিনি ঘণ্টা উকলিগল অঞ্জলী ঘৰগৈ পোৱা নাইহে নাই ইফালে মৃত দেহ সতকাৰৰ সময় উকলি যাব ধৰিছে অঞ্জলীৰ ফোন চুইতচঅফ অঞ্জলীৰ বাপেকক ফোনকৰি সকলো ঘটনা খিনি অঞ্জলীৰ দেৱৰে কৈ দিয়ে কিন্তু অঞ্জলী হে এতিয়ালৈ ঘৰগৈ পোৱা নাই অঞ্জলীৰ বাপেকে ৰমেনলৈ ফোন লগালে পিছে ৰমেনে টো কেতিয়াবায় বাচষ্টেচনত অঞ্জলীক নমাই দিয়া বুলি কলে ৰাতি গৈ গল অঞ্জলীৰ এতিয়ালৈ একি খবৰে নাই কিবা অঘটন ঘটা বুলি ভাৱি অঞ্জলীৰ গিৰিয়েক ঘৰৰ পৰিয়ালে মৃত দেহটো মৃগত থোৱাৰ ব্যৱস্হা কৰিলে । পিছ দিনা বাতৰি কাকতত খবৰ অাহিলে যে ৰাস্তাৰ কাপতে তিনি চাৰি বছৰীয়া এটি শিশু পোৱা গেছে পুলিচে উদ্ধাৰ কৰিছে শিশুটিক সেই শিশুটি অানকোনো নহয় অঞ্জলীৰে পুতেক জন কিন্তু অঞ্জলীৰ হে খবৰ পোৱা নাই  ঘটনাটো কোনোবা ফালে মৰযোৱা বুলি অঞ্জলীৰ গিৰিয়েকৰ পৰিয়ালে এজাহাৰ এখন দিলে অাৰু তাইক বাট নেচাই গিৰিয়েকে অন্তিম সৎকাৰ কৰিলে ঘটনা ৫ দিন পাৰহৈ গল কিন্তু এতিয়া লৈ অঞ্জলীৰ খবৰে নাই পুলিচেও একো শুং সূত্ৰ পোৱা নাই ৬ষ্ঠ দিনৰ দিনা অঞ্জলীৰ লাপাতাৰ কথা টিভি পেপাৰ সকলোতে ফটোৰে সতে খবৰ চপাই দিলে চছিয়েল মিডিয়াতো হাজাৰ হাজাৰ চেয়াৰ গল অবৱেশষত ১৩ দিন পাৰ হৈ যোৱাৰ পিছত অঞ্জলীৰ খবৰ অাহিলে তাই কোনো দূৰ্ঘটনাত নহোৱা হোৱা বাই বৰঞ্ছ নিজ ইচ্ছামতে অানৰ লগত বিয়া হবলৈ পলাই গৈছে ওহ বিয়া হবলৈ এজনী নিষ্ঠুৰ প্ৰেমে নিয়তী হৈ সেই নিৰ্দষী শিশুটিক ফূটপথত পেলাই থৈ অৱশেষত পুলিচে অঞ্জলী অাৰু তাইক পলাই লৈ যোৱা লৰাজনক গ্ৰেপ্তাৰ কৰিলে ।  সংবাদমাধ্যৰ প্ৰশ্নৰ উত্তৰৰ অঞ্জলীয়ে সকলো কথা খূলি কলে যে ।
      তাইক জ্বৰজবদস্তি অম্লানলৈ বিয়া দিছে অঞ্জলীৰ পৰিয়ালে কাৰন তেওৰ বহুত ধন সম্পত্তি টকা পইচাৰ মালিক অাছিল অঞ্জলিক এক কথা নুহুথি বিয়া ফিক্স কৰি পেলাইছে কিন্তু সি যে অাগৰ পৰাই ৰমেন নামৰ লৰাজনক ভাল পাই অাছিল সেই কথা তাইৰ ঘৰৰ মানুহে নাজানিছিল অাৰু কবলৈ সুযোগো দিয়া নাছিল বিয়াৰ অাগতে তাইক ঘৰতে বন্দি কৰি ৰাখিছিল পিছে প্ৰেমক জানো বাধা দিব পাৰি বিয়াৰ পিছতো সিহতৰ মাজত লিলিমাই চলি অাছিল অম্লানক ৰাতি ভাতৰ লগত টোপনি যোৱা টেবলেৰ খূৱাই ৰমেন অঞ্জলীৰ লিলিমাই চলিচিল অম্লানৰ মৃত্যু প্ৰেচাৰ উঠি নহয় অঞ্জলীয়ে দিয়া বিশেষ বিষ (পইজন)ৰ বাবে হৈছে যিটো লাহে লাহে কাম কৰে সেয়ে সম্পূৰ্ন বিষৰ ক্ৰিয়া সম্পূৰ্ন হোৱাৰ তিনিদিন অাগতে অঞ্জলীয়ে মাকৰ ঘৰত অাহোলী খাব অহাৰ চলেৰে ৰমেনৰ লগত পলাই যোৱাৰ প্লেন বনালে অাৰু প্লেন চাক্ছেচো হৈছিল কিন্তু দূৰ্ভাগ্যজনতো ধৰা পৰিল নহলে ১৪ দিনৰ দিনা সিহত অন্যদেশলৈ যোৱাৰ ব্যৱস্হা কৰিছিল …… পিছে সিহতৰ লগত যি হব লাগিছিল সেয়াই হল …

  শেষত ৰমেন অাৰু অঞ্জলীক অাইনি প্ৰক্ৰিয়াৰ জৰিয়তে উচিত শাস্তি প্ৰদান কৰিলে……

   এয়াই অাছিল

       ইচ্ছাবিহীন বিবাহ  ……।



SHORT STORY IN ASSAMESE LANGUAGE.



Comments

Post a Comment

Popular posts from this blog

ৰহনৰ কাহানী

                 ৰহনৰ কাহানী ৰহন ! ৰহন বৰ্মন বয়স প্ৰায় ১৯ বছৰ বৰ্তমান তেওঁ বি.এ পঢ়ি অাছে গুৱাহাটী বিশ্ববিদ্যায়ৰ অধিনত অভয়াপুৰী মহাবিদ্যালয়ত । ৰহনৰ দেউতাক পেচাত এজন খেতিয়ক নিজৰ মাটি বুলিবলে ৩ বিঘামান ৰুৱনি মাটি গাৱতে অাছে বাকি অানৰ মাটিতে অাইধাৰী খেতি কৰি পৰিয়ালটোক পোহপাল দিয়ে অাৰু তেওঁৰ মাক গৃহিনি কেতিয়াবা কেতিয়াবা ৰহনৰ দেউতাকক খেতিৰ কামত সহায় কৰি দিয়ে ।       কেইবছৰমান অাগৰ কথা ৰহন মেট্ৰিক পৰীক্ষাত চেকেণ্ড ডিভিজন স্হান লাভ কৰি উত্তিৰ্ন হল ……(ৰহন অানন্দমনে ঘৰলৈ অাহি মাকক মাতিব ধৰিলে) ৰহনঃ মা মা ও মা কত ন মৰিলে  (অাকৌ চিঞৰি) ও মা মা! ৰহনৰ মাকঃ (পিছফালৰ বাৰিৰ পৰা খৰদৰকে দৌৰি অাহি) ও বাবু অাহিলে পিছে ৰিজাল্ট কেনে হল ? ৰহনঃ ৰিজাল্ট ভালে ছেকেণ্ড ডিভিজন । ৰহনৰ মাকঃও হয় নি (অানন্দত অাত্মহাৰা হৈ বাৰিৰপিনে মূখ কৰি) হেৰি শুনিচানে হেৰি ও অামাৰ লৰাটোৱে ছেকেণ্ড ডিভিজন পালে হেনো । ৰহনৰ দেউতাকঃ (অানন্দ মনে বাৰিৰ পিছফালৰ পৰা কানন্ধত গামচা খন লৈ চোতাললৈ অাহি) ওহ হয় নি পিছে মই যিটো শুনিছো সেইটোৱে হয় নে ৰহনৰ মাক ! ৰহনৰ মাক...

বলিয়া প্ৰশু- ASSAMESE STORY

বলিয়া প্ৰশু  __       বলিয়া প্ৰশু এজন চৰ্টটেম্পাৰ মানুহ অাধা পগলা তেওঁ যিটো এলেকাত থাকে সেই এলেকাত যাবলৈ সকলোৱে ভয় কৰে  অাজিলৈ যিমান জনে তাৰ এলেকাত যাবলৈ সাহস কৰিছে সেইকেইজনে সেই এলেকাত গৈছে যদিও পুনৰ ঘূৰি অহা নাই যিয়ে সেই এলেকাত যায় তাক প্ৰশুয়ে বন্দি কৰি থয় __চিধা কথাত কবলে গলে প্ৰশুয়ে এই সমাজ খন ভাল নাপায় সমাজ খনক তেওঁ ঘৃনা কৰে_    ___-      কিন্তু কিয়   ?  ইয়াৰ এটা ডাঙৰ কাৰন অাছে___        ২০ বছৰ মান অাগৰ কথা বৰ্তমানৰ বলিয়া প্ৰশু তেতিয়া ইয়াৰ সম্পূৰ্ন বিপৰীত এজন প্ৰশু অাছিল মানে এজন  বহুত ভাল মানুহ, সমাজৰ লগত --সমাজৰ অাগত  থকা সমাজ ভালপোৱা মানুহ অাছিল তাৰ ভাল কামবোৰৰ বাবে তাক বহুত মানুহে চিনি পাইছিল সংবাদ মাধ্যমৰো হেদলাইল প্ৰশুয়ে অাছিল যুৱ প্ৰজন্মৰ তেওঁ প্ৰেৰনা অাছিল মুধৰ ওপৰত কব গলে শুদ্ধ গংগাৰ পানীৰ দৰে মানুহ অাছিল__     পিছে মানুহ যিমানে ভাল নহওক কিয় তাৰ শত্ৰুও থাকে ঠিক তেনেদৰে প্ৰশুৰো অাছিল __  কিন্তু প্ৰশুৰযে শত্ৰু অাছিল সি জনা নাছিল মানে কথাটো হল প্ৰশুৰ পৰম বন্ধ...